নিচাজাতীয় ঔষধৰ বিৰুদ্ধে অভিযান অৱ্যাহত আছে হেজাই জিলা আৰক্ষীৰ ৷

হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত যমুনামুখ আৰক্ষী আৰু হোজাইৰযক্ৰাইম ব্ৰান্সেয়ে যমুনামুখৰ এৰা কপিলী গাৱত অভিযান চলায় ৷

আৰক্ষীৰ এই অভিযান কালত বৃহত পৰিমানৰ নিচাজাতীয় কফ চিৰাপ উদ্ধাৰ কৰি জব্দ কৰে ৷ 

হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ক্ৰাইম ব্ৰাঞ্চ আৰু যমুনামুখ আৰক্ষীয়ে অভিযান চলাই ৷ 

যমুনামুখৰ এৰাকপিলী গাৱৰ পনিতাই দাস নামৰ লোকজনৰ ধানমিলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ ফেন্সিডাইল 

এই সংক্ৰান্তত এৰা কপিলী গাৱৰ পংকজ পাল নামৰ লোকজনকো আটক কৰে যমুনামুখ আৰক্ষীয়ে ৷ 

ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।