অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা নকৰিবলৈ টাই আহোম যুৱ পৰিষদ অসমক কৰযোৰে আহ্বান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, যুৱ, আই মাতৃ সমাৰোহ উদযাপন সমিতিৰ। চৰাইদেউ জিলাৰ লগতে সাপেখাতিৰ ঐতিহ্য অটুত ৰাখিবলৈ সকলোকে আহ্বান উদযাপন সমিতিৰ। উল্লেখ্য যে, চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকছাৰীৰ চাৰিটা পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত বিতৰ্ক সৃষ্টি হৈ থকা সময়তে টাইপালৈ এই আহ্বান আয়োজক সমিতিৰ। উল্লেখ্য যে অহা ৪, ৫ আৰু ৬ নৱেম্বৰত চৰাইদেউ জিলাৰ সাপেখাতিত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহৰ পূৰ্বে সংঘই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছিল টাইপাই। ইয়াৰ পৰিপ্ৰেক্ষিতত চকলং বিবাহ কেন্দ্ৰীক ঘটনাৰ অভিকেন্দ্ৰ যিহেতু চৰাইদেউ জিলা নহয় সেয়েহে জিলাবাসীৰ ঐক্য -সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত উক্ত দিনকেইটাত প্ৰতিবাদ নকৰিবলৈ টাইপাৰ প্ৰতি কৰযোৰে আহ্বান জনাইছে উদযাপন সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Maps पर आ रहे हैं रेंडम स्पॉन्सर ऐड, क्या कोई नया फीचर टेस्ट कर रहा है गूगल
Google Maps कंपनी की खास सुविधाओं में आता है जो अपने कस्टमर्स के लिए बहुत से फीचर्स लाता है।...
Halvad News | હળવદ: ધાંગધ્રા ના ધારાસભ્ય નો હળવદ હાઇવે પર અકસ્માત | halvad accident | Dpnews
Halvad News | હળવદ: ધાંગધ્રા ના ધારાસભ્ય નો હળવદ હાઇવે પર અકસ્માત | halvad accident | Dpnews
WhatsApp कॉल आने पर बजेगा आपका मनपसंद गाना, ऐसे सेट करें रिंगटोन
वॉट्सऐप चैटिंग ही नहीं कॉलिंग और फाइल शेयरिंग का भी जरिया है। नेट ऑन रहे तो बहुत से लोग वॉट्सऐप...
केंद्रीय खेल मंत्री अनुराग ठाकुर के घर पहलवानों की बैठक जारी, बजरंग पूनिया और साक्षी मलिक मौजूद
नई दिल्ली, केंद्र सरकार ने भारतीय कुश्ती संघ (WFI) के पूर्व अध्यक्ष और बीजेपी सांसद बृजभूषण शरण...