অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা নকৰিবলৈ টাই আহোম যুৱ পৰিষদ অসমক কৰযোৰে আহ্বান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, যুৱ, আই মাতৃ সমাৰোহ উদযাপন সমিতিৰ। চৰাইদেউ জিলাৰ লগতে সাপেখাতিৰ ঐতিহ্য অটুত ৰাখিবলৈ সকলোকে আহ্বান উদযাপন সমিতিৰ। উল্লেখ্য যে, চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকছাৰীৰ চাৰিটা পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত বিতৰ্ক সৃষ্টি হৈ থকা সময়তে টাইপালৈ এই আহ্বান আয়োজক সমিতিৰ। উল্লেখ্য যে অহা ৪, ৫ আৰু ৬ নৱেম্বৰত চৰাইদেউ জিলাৰ সাপেখাতিত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহৰ পূৰ্বে সংঘই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছিল টাইপাই। ইয়াৰ পৰিপ্ৰেক্ষিতত চকলং বিবাহ কেন্দ্ৰীক ঘটনাৰ অভিকেন্দ্ৰ যিহেতু চৰাইদেউ জিলা নহয় সেয়েহে জিলাবাসীৰ ঐক্য -সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত উক্ত দিনকেইটাত প্ৰতিবাদ নকৰিবলৈ টাইপাৰ প্ৰতি কৰযোৰে আহ্বান জনাইছে উদযাপন সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Great Actor Irrfan Khan's Son Babil Khan Wins Everyone's Heart At GQ Best Dressed Awards
Great Actor Irrfan Khan's Son Babil Khan Wins Everyone's Heart At GQ Best Dressed Awards
ঘুনাসুতিত নিৰ্মাণ হব পানৈ -জংকী ক্ষেত্ৰ
লক্ষীমপুৰ জিলাৰ ঘুনাসুতিত নিৰ্মাণ হব পানৈ -জংকী ক্ষেত্ৰ । ঐতিহাসিক এই ঘুনাসুতিত দেওবাৰৰ পৰা...
শয্যাগত শিল্পী যোগেন চন্দ্ৰ বৰদলৈক সম্বৰ্ধনা
প্ৰতিবেদক, পশ্চিম যোৰহাটঃ- যোৰহাট তৰাজান সোণাৰি গাঁও ২ নং পথৰ নিবাসী, স্বৰ্ণ শিল্পী, বায়ন,...
एक तीर से दो निशाने! अजमेर रैली के जरिए राजस्थान विधानसभा चुनाव और मिशन 2024 पर है बीजेपी की नजर?
नई दिल्ली, BJP's Ajmer rally: राजस्थान में इस साल के अंत में विधानसभा चुनाव होने हैं।...