অসমীয়া চিনেমা জগতৰ উজ্বল নক্ষত্ৰ তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে আজি পোৱা ৯ বাজি ১৫ মিনিট যোৱাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। চিৰসেউজ অভিনেতা গৰাকীৰ মৃত্যু অভিনয় জগতৰ লগতে অসমবাসীৰ বাবে এক অপুৰণীয় ক্ষতি। বহুকেইখন অসমীয়া চিনেমাত বিভিন্ন চৰিত্ৰত অভিনয়ৰে দৰ্শকৰ মন জয় কৰাৰ লগতে অসমীয়া চিনেমা জগতলৈ বিশেষ অৱদান আগবঢ়াই গৈছে যশস্বী অভিনেতাজনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જમ્મુના સિધ્રામાંથી એક જ પરિવારના 6 સભ્યોના મૃતદેહ મળી આવતા વિસ્તારમાં ભયનો માહોલ ફેલાયો
જમ્મુ-કાશ્મીરમાં એક પછી એક ઘટનાઓ બની રહી છે. જમ્મુના સિદ્રામાં રહેણાંક મકાનમાંથી 6 લોકોના મૃતદેહ...
अपहरण कर मारपीट करने के पाँच आरोपी गिरफ्तार
जिला पुलिस अधीक्षक महोदय हनुमान प्रसाद के निर्देशन मे तथा पेण्डिंग प्रकरणो के शीघ्र निस्तारण के...
কলাইগাঁওত ত্ৰিৰংগা যাত্ৰাত অংশ গ্ৰহণ সাংসদ দিলীপ শইকীয়া আৰু ই এম দিগন্ত বৰুৱাৰ
কলাইগাওৰ ত্ৰিৰংগা যাত্ৰাৰ বাইক ৰেলিত অংশগ্ৰহণ কৰিলে সাংসদ দিলীপ শইকীয়াই।
ভাৰতীয় জনতা পাৰ্টী...
গুৱাহাটীৰ জি এছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড। ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল।#breakingnews
গুৱাহাটীৰ জি এছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড। ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল।#breakingnews