গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান।গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা তৃতীয় চক্ৰৰ মুল্যায়ংকনত এ গ্ৰড পাবলৈ সক্ষম হোৱা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালখনে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। এই ঐতিহম্যণ্ডিত শিক্ষানুষ্ঠানখনিৰ অৰ্ধশতকীয় জ্ঞান প্ৰৰিক্ৰমিয় যাত্ৰাৰ অৰ্থপূৰ্ণ উদযাপনৰ বাবে আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। আজি প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতিতৰ্পন আৰু গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
UP में अब इन 1.70 लाख परिवारों का बिजली बिल होगा माफ, योगी सरकार की घोषणा
अगर आप भी उत्तर प्रदेश (Uttar Pradesh)के ग्रामीण क्षेत्र में निवास करते हैं तो आपके लिए खुशखबरी...
અલ્ટ્રાવિઝન પ્રાયમરી સ્કૂલ ખાતે રોકેટરી વર્કશોપનું આયોજન કરાયું
સુરેન્દ્રનગર: ગત તા. ૦૬/૦૮/૨૦૨૨ ને શનિવારના દિવસે અલ્ટ્રાવિઝન પ્રાયમરી સ્કૂલના ગુજરાતી માધ્યમ...
Jio लाया 90 दिन तक चलने वाला धाकड़ Plan! चलाते-चलाते थक जाएंगे तब भी खत्म नहीं होगा Data
एक समय था जब मंथली प्लान आते थे और लोगों को हर महीने रिचार्ज कराना पड़ता था. लेकिन अब समय बदल...