বৌদ্ধ বিহাৰ চাবলৈ গৈ শংকৰদেৱ সংঘ ত্যাগ কৰিব লগীয়া হ'ল সোণাৰিৰ দুটা পৰিয়াল। সোণাৰিৰ লংপতীয়া জুটুলনী অঞ্চলৰ বুলু শইকীয়া আৰু ৰীতা গগৈৰ পৰিয়ালক বহিষ্কাৰ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে। জানিব পৰা মতে কিছুদিন পূৰ্বে সমীপৱৰ্তী অঞ্চলতে নিৰ্মাণ কৰা এটা বৌদ্ধ বিহাৰ চাবলৈ গৈছিল জুটুলনী অঞ্চলৰ একাংশ লোকৰ লগতে শংকৰদেৱ সংঘৰ সদস্য বুলু শইকীয়া, ৰীতা গগৈ আৰু নিৰু গগৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘৰ নামঘৰত জৰুৰী সভা অনুষ্ঠিত কৰি এই তিনিটা পৰিয়ালক জৰিমনা বিহাৰ লগতে নাম আগবঢ়াবলৈ নিৰ্দেশনা জাৰি কৰিছিল মিলন প্ৰাথমিকে। কিন্তু স্বামীহাৰা বুলু শইকীয়াৰ লগতে ৰীতা গগৈৰ পৰিয়ালে এই ক্ষেত্ৰত অপাৰগ হোৱাত সংঘ ত্যাগ কৰি অনা সংঘৰ খেলত অন্তৰ্ভুক্ত হয়। অৱশ্যে নিৰু গগৈৰ পৰিয়ালে শংকৰদেৱ সংঘৰ বিধি অনুসৰি শুদ্ধিকৰণৰ জৰিয়তে পুনৰ সংঘৰ সদস্য পদ পুনৰ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰতি ঘণ্টাত ২১০০ কিলোমিটাৰ গতি! সাড়ে তিনি ঘণ্টাৰ পিছত লণ্ডনৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিব বুম ছুপাৰছনিক
💢বুম ছুপাৰছনিক: প্ৰতি ঘণ্টাত ২১০০ কিলোমিটাৰ গতি! সাড়ে তিনি ঘণ্টাৰ পিছত লণ্ডনৰ পৰা নিউয়ৰ্কলৈ উৰা...
ડીસા શહેર દક્ષિણ પોલીસ મથકે આજે સિઝનેબલ વેપારીઓની બેઠક યોજાઇ || JKS NEWS
ડીસા શહેર દક્ષિણ પોલીસ મથકે આજે સિઝનેબલ વેપારીઓની બેઠક યોજાઇ || JKS NEWS
પાટણની શાન રાણકી વાવ અને પટોળા હાઉસની મુલાકાત લેતા શિક્ષણ રાજ્યમંત્રી | SatyaNirbhay News Channel
પાટણની શાન રાણકી વાવ અને પટોળા હાઉસની મુલાકાત લેતા શિક્ષણ રાજ્યમંત્રી | SatyaNirbhay News Channel