ছিপাঝাৰত গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ছিপাঝাৰ ক্ৰীড়া সন্থাক অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ জড়িয়তে আজি কিছু খেলৰ সামগ্ৰী প্ৰদান কৰা হয়। ফুটবল, ভলীবল,কেৰম ব'ৰ্ড,ভলী খেলৰ নেট, ফুটবল নেট প্ৰদান কৰে প্ৰাক্তন বিধায়ক তথা ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই। ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত ক্ৰীড়া সন্থাৰ সম্পাদক জামিনী বৰুৱা, কিছুসংখ্যক সদস্য আৰু খেলুৱৈৰ হাতত অৰ্পণ কৰে এই সামগ্ৰীসমূহ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ALKEM Lab Shares Rally | Stock में आज नजर आई 3% की बढ़त, बढ़िया रही Q2 नतीजें, आगे क्या करें?
ALKEM Lab Shares Rally | Stock में आज नजर आई 3% की बढ़त, बढ़िया रही Q2 नतीजें, आगे क्या करें?
Hyundai ने General Motors के Talegaon plant का किया अधिग्रहण, 6000 करोड़ का होगा निवेश
डई और महाराष्ट्र सरकार ने 18 जनवरी 2024 को दावोस में एक समझौता ज्ञापन(MOU) पर हस्ताक्षर किए...
હીરાબાના નિધન બાદ આખું વડનગર શોકમગ્ન | SatyaNirbhay News Channel
હીરાબાના નિધન બાદ આખું વડનગર શોકમગ્ન | SatyaNirbhay News Channel
વલભીપુર શહેરના ગંભીરસિંહ ગ્રાઉન્ડ ખાતે ભાદરવી અમાસનો ભવ્ય ભાતીગળ લોક મેળો યોજાયો
વલભીપુર શહેરના ગંભીરસિંહ ગ્રાઉન્ડ ખાતે ભાદરવી અમાસનો ભવ્ય ભાતીગળ લોક મેળો યોજાયો