গহপুৰ ৰাজগড় আৰক্ষীয়ে ৬ কেজি ১৭০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ভাং সৰবৰাহকাৰী এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।ৰাজগড়ৰ ককিলা দলঙৰ ওচৰত গাঞ্জা সহ মন বাহাদুৰ গুৰুং নামৰ লোকজনক আৰক্ষীয়ে হাতেলোটে ধৰিবলৈ সক্ষম হয়।জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য হ'ব প্ৰায় ২৫ হেজাৰ টকা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्टॉलच्या परवानग्या काढणे खर्चिक
फटाका स्टॉल परवान्यासाठी मोठा खर्च...
पिम्पल्स क्यों और कैसे होता है? 3D में देखें - जानें मुंहासे के लिए क्रीम और इलाज
पिम्पल्स क्यों और कैसे होता है? 3D में देखें - जानें मुंहासे के लिए क्रीम और इलाज
আজিৰে পৰা তিনিদিনীয়াকৈ নলবাৰী জিলা দিৱস আৰম্ভ
আজিৰে পৰা তিনিদিনীয়াকৈ নলবাৰী জিলা দিৱস আৰম্ভ হয়৷আজি পূৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী...
নাজিৰাত পৌৰ নিকাই কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট
সমগ্ৰ অসমৰ লগতে আজি নাজিৰাতো পৌৰ নিকায় কৰ্মচাৰী সকলে ১২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট - ধৰ্ণাৰে উত্তাল...
কি কয় প্ৰসুতি মাতৃৰ পৰিয়ালে? মঙ্গলদৈ থানাত এজাহাৰ দাখিল। দোষীক উচিত শাস্তিৰ দাবী পৰিয়ালৰ।
কি কয় প্ৰসুতি মাতৃৰ পৰিয়ালে? মঙ্গলদৈ থানাত এজাহাৰ দাখিল। দোষীক উচিত শাস্তিৰ দাবী পৰিয়ালৰ।