অহা ৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বয়াত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত ৰজাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ প্ৰচাৰ চলায় ৰাজ্যৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মাহমৰা সমষ্টিৰ কুৰকানি গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ সকলোকে আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভুৱা সেনা বিষয়া
দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এটা প্ৰৱঞ্চকক সেনা বাহিনীৰ সহযোগত আটক কৰিবলৈ সক্ষম...
परतूर तालुक्यातील वरफळ येथे अशोका विजया दशमी व धम्मचक्र प्रवर्तन दिनाच्या दिवशी वंचित बहुजन आघाडी शाखा उद्घाटन करण्यात आले
परतूर तालुक्यातील वरफळ येथे अशोका विजया दशमी व धम्मचक्र प्रवर्तन दिनाच्या दिवशी वंचित बहुजन...
Punjab News: तख्त श्री केसगढ़ साहिब में सेवा के लिए पहुंचे Sukhbir Singh Badal | Ground Report
Punjab News: तख्त श्री केसगढ़ साहिब में सेवा के लिए पहुंचे Sukhbir Singh Badal | Ground Report