অংকীয়া ভাওনা সুদৰ্শন চক্ৰ প্ৰদৰ্শন পৰশু টাঙনি হৰি মন্দিৰত । সাংস্কৃতিক কৰ্মী ৰমেশ চন্দ্ৰ নাথৰ পৰিচালনাত গাঁৱৰ যুবক-যুবতী শিল্পী সকলে সুন্দৰকৈ পৰিৱেশন কৰা ভাওনা খনি । হাবিবঙাবাৰী সত্ৰীয়া সংগীত বিদ্যালয়ৰ গায়ন-বায়নৰ দলে সহযোগিতা কৰা ভাওনাত সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শিত উক্ত ভাওনা খনে সকলোকে আকৰ্ষিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধিঙত একাংশ ই-ৰিক্সা চালকৰ দাদাগিৰি | অতিষ্ঠ সাধাৰণ জনতা
ধিঙত একাংশ টমটম চালকৰ দাদাগিৰি।অতিষ্ঠ সাধাৰণ জনতা ।
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন লোকৰ
গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।...