জেহাদী আৰু জেহাদীক সমৰ্থন দিয়া সকলৰ ওচৰত ক্ষমা খোজিব লগা পৰিৱেশ হ’লে অসমত থকাই বাদ দিব লাগিব ৷ তেনেকুৱা কাম মৰি গ’লেও নকৰো ৷ - নগাঁৱত সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰবিৰোধী কাম-কাজ চলা মাদ্ৰাছাৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে নগাঁৱত ৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं