চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে এগৰাকী কনমানি শিশুই হেৰুৱালে শাৰিৰিক সক্ষমতা* ৷দিঘিৰপাৰৰ ডাঁহী বনিয়াপাৰাৰ মৰ্মান্তিক কৰুণ হৃদয় বিদাৰক ঘটনা এয়া ৷সাধাৰণ বেমাৰত চিকিৎসকৰ ওচৰলৈ নিছিল শিশুটিক ৷চিকিৎসকৰ পৰামৰ্শত ঔষধ ব্যৱহাৰ কৰি শাৰিৰিক সক্ষম হেৰুৱালে শিশুটিয়ে ৷শিশুটিক চিকিৎসাৰ বাবে বিক্ৰী গ'ল মুন্না বনিয়াৰ পৰিয়ালৰ আ-অলংকাৰ , মাটি-বাৰী আৰু গৰু- ছাগলী ৷উপায়ন্তৰ দূৰ্ভগীয়া পৰিয়ালটিয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে ৷যদি আপুনিও শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰে তেনেহলে শিশুটিৰ মাতৃ জিন্তি মনি ৰাজবংশীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ডাঁহী শাখাত থকা *7064026004813* নম্বৰৰ একাউণ্টত দিব পাৰিব ৷ IFSC CODE --UTBI0RRBAGB
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka State Stakeholder meet for Inclusion, Equity and Accessibility Organised by Sense India Bengaluru
December 19, 2024
Karnataka State Stakeholder meet for Inclusion, Equity and Accessibility...
थाना बायतू द्वारा सार्वजनिक सड़क तोड़ने के प्रकरण में दो गिरफ्तार। सडक तोड़ने में प्रयुक्त दो ट्रेक्टर जब्त ।
थाना बायतू द्वारा सार्वजनिक सड़क तोड़ने के प्रकरण में मुलजिम नवलाराम व महेन्द्र कुमार गिरफ्तार।...
WhatsApp का यूजर्स को तोहफा, लैपटॉप या टैब पर चलाते हैं वॉट्सऐप तो जल्द लॉक कर पाएंगे चैट
वॉट्सऐप लिंक्ड डिवाइस चैट के लिए लॉक चैट फीचर का सपोर्ट मिलने जा रहा है। कंपनी फिलहाल बीटा यूजर्स...
राइजिंग राजस्थान से पहले शिक्षा विभाग की अनूठी पहल:2 करोड़ निवेश कर बदल सकेंगे सरकारी स्कूलों का नाम
राइजिंग राजस्थान के तहत प्रदेश के शिक्षा विभाग ने अनूठी शुरुआत की है। जिसके तहत प्रदेश के 51 हजार...