চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে এগৰাকী কনমানি শিশুই হেৰুৱালে শাৰিৰিক সক্ষমতা* ৷দিঘিৰপাৰৰ ডাঁহী বনিয়াপাৰাৰ মৰ্মান্তিক কৰুণ হৃদয় বিদাৰক ঘটনা এয়া ৷সাধাৰণ বেমাৰত চিকিৎসকৰ ওচৰলৈ নিছিল শিশুটিক ৷চিকিৎসকৰ পৰামৰ্শত ঔষধ ব্যৱহাৰ কৰি শাৰিৰিক সক্ষম হেৰুৱালে শিশুটিয়ে ৷শিশুটিক চিকিৎসাৰ বাবে বিক্ৰী গ'ল মুন্না বনিয়াৰ পৰিয়ালৰ আ-অলংকাৰ , মাটি-বাৰী আৰু গৰু- ছাগলী ৷উপায়ন্তৰ দূৰ্ভগীয়া পৰিয়ালটিয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে ৷যদি আপুনিও শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰে তেনেহলে শিশুটিৰ মাতৃ জিন্তি মনি ৰাজবংশীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ডাঁহী শাখাত থকা *7064026004813* নম্বৰৰ একাউণ্টত দিব পাৰিব ৷ IFSC CODE --UTBI0RRBAGB
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ
વડોદરા ગણેશ ઉત્સવને લઈ રાજમાર્ગો પર શ્રીજીની સવારીઓ આકર્ષણનું કેંન્દ્ર બની
વડોદરા ગણેશ ઉત્સવને લઈ રાજમાર્ગો પર શ્રીજીની સવારીઓ આકર્ષણનું કેંન્દ્ર બની
बूंदी जिले में पैशनर महाधिवेशन 23 फरवरी रविवार को
महाधिवेशन संयोजक पुरुषोत्तम पारीक ने बताया कि पेंशनर्स महाधिवेशन की सभी तैयारियां पूरी कर ली गई...
WhatsApp पर भेजना चाहते हैं HD क्वालिटी इमेज; बस चेंज करनी होगी ये सेटिंग
WhatsApp अपने कस्टमर्स के लिए समय-समय पर नए अपडेट लाता रहता है। कुछ सम पहले ही कंपनी ने यूजर्स को...