সোণাৰি দৈনিক বজাৰ কালি মন্দিৰত ৩৭ সংখ্যক কালি পূজা পালন। 

চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ মাজ মজিয়াত থকা সোণাৰি দৈনিক বজাৰত অৱস্থিত কালি মন্দিৰত কালি পূজা বজাৰৰ সকলো বিষয়ববীয়া একত্ৰিত হৈ পালন কৰে । উল্লেখযোগ্য যে এই দৈনিক বজাৰত বিভিন্ন জাতি ধৰ্মৰ লোকে ব‍্যৱসায় কৰি আহিছে । কিন্তু পোহৰৰ উৎসৱ কালি পূজা ভাগ দৈনিক বজাৰৰ সকলো জাতি বৰ্ণৰ লোকে একত্ৰিত হৈ আধ‍্যাতমিকতা ৰীতি নীতিৰে পালন কৰিছে ৩৭ ত্বম কালি পূজা ।