মাজুলীত এটা বৃহৎ বন্য হস্তি জাকৰ ব্ৰহ্মপুত্ৰত জল কেলি কৰা নয়নাভিৰাম EXCLUSIVE দৃশ্য
■ মাজুলীত ১৫০ জনীয়া বন্য হস্তী দলৰ মুক্ত বিচৰণ।।
■হাতীৰ জাকটোত আছে বহুত কণ কণ পোৱালি।।
■ শালমৰা গাঁৱৰ কাষৰ ৰিজাৰ্ভত অৱস্থান হাতীৰ জাকতো।
■ স্থানীয় গাঁও বাসীয়ে উপভোগ কৰিলে হাতীৰ জল কেলি।
■ পূব মাজুলীৰ কেইবা খনো গাঁৱত নিশাৰ ভাগত সন্ত্ৰাস চলাই আহিছে এই হাতীৰ জাকটোৱে।
■ বন বিভাগে জনাঞ্চলৰ পৰা খেদিবলৈ চেষ্টা চলাইছে যদিও সফল হোৱা নাই।।
■হাতীৰ জাকটোৰ জল কেলিয়ে মুগ্ধ কৰিছে সকলোকে।