সোণাৰিৰ মথুৰাপুৰত অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

চৰাইদেউ জিলাত অবৈধ চুলাই-মদৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে। আজি মথুৰাপুৰ আৰক্ষী আৰু সোণাৰি আবকাৰী বিভাগে মথুৰাপুৰ অঞ্চলত যুটিয়া অভিযান চলাই ধ্বংস কৰে বহুকেইটা অবৈধ চুলাই ভাটি। আনহাতে যথেষ্ট পৰিমাণৰ অবৈধ চুলাই তথা এইসমূহ তৈয়াৰত ব্যৱহৃত সামগ্ৰী থলীতে নষ্ট কৰা লগতে এই কাৰ্যত জড়িত লোকৰ বিৰুদ্ধে ৭ টা গোচৰ ৰুজু কৰা হয় বুলি জানিব পৰা গৈছে।