গহপুৰ মকুমাৰ অন্তৰ্গত হেলেম মিছামাৰীৰ ভানুভৱনত গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সমিতিৰ সহযোগত বৈপ্লবিক কবি সকলৰ কবি সন্মিলন আয়োজন কৰে ।য'ত উপস্থিত থাকে দাবী সমিতিৰ কেন্দীয় সভাপতি হৰ্ক বাহাদুৰ ছেত্ৰী লগতে বিশ্বনাথ জিলা আৰু অসমৰ প্ৰতিষ্ঠা গোৰ্খা কবি সকল । সন্মানীয় অতিথি ৰূপত উপস্থিত থাকে ডঃ ডৰ ইন্দু প্ৰভা দেবী আৰু ডঃ ডৰ চিন্তমুনি শৰ্মা লগতে উপস্থিত থাকে লগতে উপস্থিত থাকে সাহিত্যয় একাডেমী প্ৰাপক অঞ্জন বাচকটা লগতে উপস্থিত থকা সাহিত্যিক কবি বগীৰাম গোৰ্খা ভন্ডাৰী ।গোৰ্খা জাতিৰ স্বায়ত্ব আৰু স্বশাযনৰ দাবীত কবি সকলে নিজৰ কবিতা পাঠ কৰে। যত গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ জিলাৰ সভাপতি ৰাম কুমাৰ প্ৰধান এ বহু মূলিয় ভাষণ দি সভাখন সামৰনি পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আমাৰ মায়েও আমাক এৰি থৈ গ’ল, এতিয়া দেউতাও হেৰাই আছে; আমি এতিয়া কি কৰো? আমি আনৰ ঘৰত থাকিব লগীয়া হৈছে।
আমাৰ মায়েও আমাক এৰি থৈ গ’ল, এতিয়া দেউতাও হেৰাই আছে; আমি এতিয়া কি কৰো? আমি আনৰ ঘৰত থাকিব...
KYC को लेकर RBI ने जारी किया अपडेट, क्रॉस-बॉर्डर वायर ट्रांसफर में भी अब जरूरी होगा केवाईसी
नई दिल्ली, बिजनेस डेस्क: केंद्रीय रिजर्व बैंक (आरबीआई) ने बैंकों और अन्य वित्तीय संस्थानों...
PM Narendra Modi appeals to all Asian Games winners to spread the message of drug-free India.
PM Narendra Modi appeals to all Asian Games winners to spread the message of drug-free India.
અમદાવાદમા સી.સી.ટી.વી.કેમેરામા ઉઘાડી આંખે અંધાપો
અમદાવાદમા સી.સી.ટી.વી.કેમેરામા ઉઘાડી આંખે અંધાપો