ধেমাজি জিলাৰ গোগামুখ গড়পৰা গাঁৱৰ দুৰ্ভগীয়া পৰিলয়াল এটা জীৱনলৈ নামি আহিছে কাল অমানিশা আহিছে।পৰিয়ালটোৰ চিত্ৰঞ্জন বৰুৱাৰ পত্নী মামু চমুৱা বৰুৱা বিগত এবছৰ পৰা এক জটিল ৰোগত আক্রান্ত হৈ ভুগি আছে।ডঃ ৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসা বাবে গুৱাহাটীৰ বি বৰুৱা হাস্পতালপত মামু চমুৱা বৰুৱা চিকিৎসা চলি আছিল যদিও আৰ্থিক অনাতনৰবাবে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ পানীত হাঁহ নছৰা অবস্থা ।এতিয়া ৰাইজৰ আশীৰ্বাদৰ বাহিৰে যেন শেষ ভৰসা পৰিয়ালটো ৰ।সেযেহে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ কৰযোৰে সহায় বিচাৰিছে মামু চমুৱা বৰুৱাৰ স্বামীৰ লগতে কণমানি কন্যা সন্তানে।
যদি কোনো সদাশয় ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটো ক সহায় কৰিব বিচাৰে তেন্তে স্বামী চিত্ৰঞ্জন বৰুৱাৰ ষ্টেট বেংক ৰ একাউন্ট (35841517614) IFSC SBI0016934 আৰু 8473982132 নম্বৰত যোগাযোগ কৰিব পাৰিব।