তিনিচুকীয়া চহৰখন জাকতজিলিকা কৰি তুলিবলৈ চহৰখনৰ তিনিটাকৈ স্থানত দেওবাৰে চেলফী পইণ্ট মুকলি কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে।