চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ এখন অন‍্যত্বম শিক্ষা খণ্ড সোণাৰি মহাবিদ্যালয় । এই বিদ্যালয়ৰ খনৰ পৰাই পাঠদান কৰি আজি ৰাজনীতিবিদ, সাংবাদিক, ডাক্টৰ  তথা বিভিন্ন দিশত পাৰদৰ্শিতাৰে  আগবাঢ়ি গৈ নিজৰ জীৱনৰ লগতে সমাজ খনৰ হকে কাম কৰিবলৈ সক্ষম হৈছে।

এই মহাবিদ্যালয় খনৰ উপাধ‍্যক্ষ দিলীপ ৰঞ্জন বৰুৱাই এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

সেইয়েহে অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ দিলীপ ৰঞ্জন বৰুৱাক মহাবিদ্যালয় খনৰ তৰফৰ পৰা বিদায় সম্ভাষন জ্ঞাপন কৰে।