মৰিগাঁৱত নটুৱাগাঁৱত আজি অনুষ্ঠিত হয় মাষ্টাৰ্চ এথেলেটিকচ । মৰিগাঁও জিলা মাষ্টাৰ্চ এথেলেটিকচ এছোচিয়েচনৰ উদ্যোগত আৰু অনিল বৰা স্মৃতি যুবক সংঘ, নটুৱাগাঁৱৰ সহযোগত জিলাখনৰ প্ৰবীন খেলুৱৈ সকলৰ মাজত বিভিন্ন খেলৰ বাচনি প্ৰতিযোগিতা অনুষ্ঠিত হয় । দৌৰ, জেভলিন থ্ৰু, বেগাই খোজকঢ়া, ডিচকাচ থ্ৰুকে ধৰি মুঠ ১৩ ইভেন্টত জিলাখনৰ ৪০ ৰ পৰা ৭৫ বছৰ বয়সৰ ১৩৫ গৰাকী পুৰুষ আৰু মহিলা প্ৰবীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল উদ্ভোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पिता बनाते हैं मिट्टी के बर्तन , मां करती है नरेगा का कार्य, बेटे को मिले 95.60 % अंक, महात्मा गांधी राजकीय विद्यालय नमाना के छात्र ने नमाना गांव का किया नाम रोशन
नमाना कस्बे के महात्मा गांधी राजकीय विद्यालय मैं अध्ययनरत महेश प्रजापत ने 95.60% अंक...
Delhi: Jhandewalan Temple में पूजा-अर्चना के लिए पहुंचे श्रद्धालु, भक्तों की लगी लंबी कतार | Aaj Tak
Delhi: Jhandewalan Temple में पूजा-अर्चना के लिए पहुंचे श्रद्धालु, भक्तों की लगी लंबी कतार | Aaj Tak
তিনিচুকীয়াৰ হিজুগুৰি ৰেল কলনি বৰনামঘৰৰ সৌজন্যত ৫৭৪ তম শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন
তিনিচুকীয়াৰ হিজুগুৰি ৰেল কলনি বৰনামঘৰৰ সৌজন্যত ৫৭৪ তম শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন