চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত পষেকীয়া বাতৰি কাকত 'চৰাইদেউ বাতৰি' ৰ দ্বাদশ বৰ্ষপুৰ্তী আৰু বঁটা প্ৰদান অনুষ্ঠান আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলাৰ প্ৰাক্তন উপায়ুক্ত বিবেকানন্দ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত উদ্বোধনী ভাষন প্ৰদান কৰে চৰাইদেউ বাতৰি কাকতৰ মুখ্য উপদেষ্টা তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। কাকতখনৰ মুখ্য সম্পাদক মৃদুল কুমাৰ চাহুৱে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইন্ডিয়ান এক্সপ্ৰেছ কাকতৰ জেষ্ঠ প্ৰশাসনিক বিষয়া বিপুল কলিতা, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালাৰ লগতে মুখ্য বক্তা হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা। উক্ত সভাতে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক "কৰ্মভূষণ ২০২২", বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক যুৱ সাংবাদিকতা বঁটা, মেঘালয়ৰ ইউনিভাৰ্ছিটি অৱ চাইন্স এন্ড টেকন'লজীৰ উপাচাৰ্য ম: মহবুল হকক শিক্ষা ৰত্ন বঁটা, নগালেণ্ড ইউনিভাৰ্ছিটি ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ বলিন কোঁৱৰক প্ৰজ্ঞাৰ সাধক বঁটা,ৰাজীৱ কুমাৰ মাহাত্বক সমাজ সেৱিকা বীনা ৰানী ভুমিজ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। তাৰোপৰি এই সভাতে দৈনন্দিন কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, অসম আদিত্য কাকতৰ সহ সম্পাদক হৰেণ সোনোৱাল, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বড়া, চৰাইদেউৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈ, টাই আহোম য়ুথ ফৰামৰ সভাপতি বিশ্বজিৎ গগৈ, এছিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কিশোৰ লেখক আয়ুস্মান কলিতা, গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ গ্ৰহন কৰি পদক পাবলৈ সক্ষম হোৱা বীমা বড়া আৰু অন্যন্যা শইকয়ালৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাজ্য অন্যান্য প্ৰান্তৰৰ লগতে মৰাণটো প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়া সংগীতা শৰ্মাই ৰাষ্ট্ৰীয় পতাকা...
Akhilesh Yadav ने Rahul Gandhi पर फिर बोला हमला, जाति एक्स रे वाले बयान पर साधा निशाना | Aaj Tak
Akhilesh Yadav ने Rahul Gandhi पर फिर बोला हमला, जाति एक्स रे वाले बयान पर साधा निशाना | Aaj Tak
आमरण अनशन बुधवार को दूसरे दिन रहा जारी
आमरण अनशन बुधवार को दूसरे दिन रहा जारी
- अनशन पर बैठे पूर्व पार्षद नवीन सांखला व गोविंद अग्रवाल...
કડીમાં મકાન પર વિજળી પડતાં એલિવેશન તૂટ્યું, અનેક ઘરોમાં ઈલેક્ટ્રીક સાધનોને નુકશાન, Video
કડી પંથકમાં શનિવારે બપોર બાદ એકાએક પવન અને વીજળી સાથે વરસાદ શરૂ થયો હતો. કડી તાલુકાના નાનીકડી...