বৰদৌলগুৰিৰ সমীপত শাকতোলা নদীৰ কাষত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে গুৱাহাটী অভিমুখী এখন বৃহৎ কন্টেইনাৰ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাটোত NL01 8E0653 নংৰ কন্টেইনাৰৰ ড্ৰাইভাৰজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ ট্ৰাকখনৰ উদ্ধাৰ কাৰ্য চলোৱাত সৃষ্টি হয় তীব্ৰ জান জঁটতৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भरत जाधव यांच्या सही रे सही नाटकाला वीस वर्षे पूर्ण
मराठी रंगभूमीवरील एक अजरामर नाटक पुन्हा सही रे सही
हे 15 ऑगस्ट 2002 ला रंगमंचावर आले या नाटकाचे...
डोटासरा बोले- दिलावर की एस्कॉर्ट बढ़ा दीजिए:दुर्घटना नहीं घट जाए, हमारे कार्यकर्ताओं में आक्रोश
कांग्रेस प्रदेशाध्यक्ष गोविंद सिंह डोटासरा ने कहा कि 9 महीने की सरकार में दो ही चर्चा है। एक तो...
Sehat Talk with Isha Bhatia Sanan, S3, Ep3: How condoms help to conceive [प्रेग्नेंसी के लिए कॉन्डम]
Sehat Talk with Isha Bhatia Sanan, S3, Ep3: How condoms help to conceive [प्रेग्नेंसी के लिए कॉन्डम]
কৰ'ণা সংকটৰ বাবে বন্ধ হৈ থকা আবাহন থিয়েটাৰৰ নাট্যযাত্ৰা আৰম্ভ
কৰ'ণাৰ আতংকৰ বাবে বিগত দুই বছৰে বন্ধ হৈ থকা ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আবাহন থিয়েটাৰে...