সোণাৰিৰ ব্যৱসায়িক নগা বিদ্ৰোহী সংগঠনৰ ধন দাবী৷ 

সোণাৰিৰ ব্যৱসায়িক নগা বিদ্ৰোহী সংগঠনৰ ধন দাবী৷ গাড়ীৰ মালিক সন্থাক NSCN খাপলাং গোটৰ ধন দাবী৷ প্ৰতিখন সৰু-বৰ গাড়ীৰ বাবদ ৫ লাখ টকাকৈ দাবী৷ ধন দাবীত জড়িত NSCN(K)ৰ লেফটেনেণ্ট কৰ্ণেল মানলাই৷ ঘটনাক লৈ সোণাৰিত গাড়ীৰ মালিক সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া৷ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল৷

অসমৰ ব্যৱসায়িক পুনৰ নগা বিদ্ৰোহীৰ ধন দাবী। সোণাৰিৰ গাড়ী মালিকক নগা বিদ্ৰোহী সংগঠনৰ ধন দাবী৷ সোণাৰিৰ সৰু গাড়ীৰ মালিক সন্থাক NSCN খাপলাং গোটৰ ধন দাবী৷নগালেণ্ডৰ মন আৰু টোৱেনচাং জিলালৈ চলাচল কৰা প্ৰতিখন সৰু-বৰ গাড়ীৰ বাবদ ৫ লাখ টকাকৈ ধন দাবী৷ ধন দাবীত জড়িত NSCN(K)ৰ লেফটেনেণ্ট কৰ্ণেল মানলাই কন্যাক বুলি ধন দাবী পত্ৰত উল্লেখ ৷ ঘটনাক লৈ সোণাৰিত সৰু গাড়ীৰ মালিক সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া৷ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল৷