নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত খেৰাজখাট মৌজাৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮২ বৰ্ষৰ সহপাৰ্ঠীসকলৰ এখন সন্মিলন আজি বিদ্যালয় খনত অনুষ্ঠিত হয় ৷ বিদ্যালয় খনত ১৯৮২ চনৰ দশম শ্ৰেণীত অধ্যয়ণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰৰ দিনটোত বিভিন্ন কাৰ্যসুচীৰে সহপাঠী সন্মিলন খন অনুষ্ঠিত কৰে ৷ সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি পুংদা মানলুঙে , স্মৃতি তৰ্পন কৰে উদ্যাপন সমিতিৰ সম্পাদক যতীন চন্দ্ৰ বৰাই ৷ গছ পুলি ৰোপন প্ৰাক্তন ছাত্ৰ ৰূপা মানচে্ ৷ পুৱা ১১ বজাৰ পৰা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সম্বৰ্দ্ধনা সভা আৰু শৈক্ষিক সন্মিলন ৷ সভাখনত সভাপতিত্ব কৰে খেৰাজখাত উঃমাঃ বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি ৰবিন শইকীয়াই ৷ উদ্ধোধন কৰে খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল দাসে ৷ সভাখনত মুখ্য বক্তা ৰুপে উপস্থিত থাকে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰনাথ শইকীয়া আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া যাদৱ শইকীয়াই ৷ সভাতে প্ৰাক্তন ছাত্ৰ বলিন ভূঞাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ ‘ৰোমন্থন’ উন্মোচন কৰে খেৰাজখাত চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বীৰেন বৰাই ৷ দুপৰীয়া “সতীৰ্থ সুবাস” নামেৰে সতীৰ্থ সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MEGHALAYA GOVERNOR INTERACTS WITH WAR VETERANS AT SHILLONG
MEGHALAYA GOVERNOR INTERACTS WITH WAR VETERANS AT SHILLONG
Breaking News: Lucknow बैंक सेंधमारी केस में UP Police को बड़ी सफलता | Aaj Tak Hindi News
Breaking News: Lucknow बैंक सेंधमारी केस में UP Police को बड़ी सफलता | Aaj Tak Hindi News
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ
અવતાર ચેરીટેબલ ટ્રસ્ટ દ્વારા નવા કાર્યલય આરંભ કર્યો
અવતાર ચેરીટેબલ ટ્રસ્ટ-જસદણની સેવાકીય પ્રવૃતિઓ માટે નવા કાર્યાલય (ઓફિસ)નો આજથી શુભારંભ.
...