মাহমৰা সমষ্টিৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখনি বিশেষ গাঁও সভা অনুষ্ঠিত হয় । এই গাঁও সভাত দেশৰ ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৫ বৰ্ষ উদযাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাইজৰ প্ৰতি যি আহ্বান "হৰ ঘৰ তিৰংগা " সন্দৰ্ভত আলোচনা কৰা হয় । মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰতে যাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে পতাকা উৰুৱা হয় তাৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা লগতে এই সন্দৰ্ভত সজাগতা মূলক কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাই মিলন গাওঁপঞ্চায়তৰ সভাপতি নৱ বৰুৱাই। লগতে পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাঙ্গণতে এটি ত্রিৰংগা বিক্ৰী কেন্দ্ৰও মুকলি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dry Fruit Milkshake Recipe | Powerful Energy Drink To Stay Long Active & Brain Booster | Milk Shakes
Dry Fruit Milkshake Recipe | Powerful Energy Drink To Stay Long Active & Brain Booster | Milk...
Vidhan Sabha LIVE Ajit Pawar नी आदिवासी समाजाबद्दल बोलताना एका मंत्र्याच्या हातावरचे धागे का दाखवले?
Vidhan Sabha LIVE Ajit Pawar नी आदिवासी समाजाबद्दल बोलताना एका मंत्र्याच्या हातावरचे धागे का दाखवले?
Gujarat Rajkot Fire: राजकोट गेम जोन में एक लापरवाही नेले ली 28 लोगों की जान?| Aaj Tak
Gujarat Rajkot Fire: राजकोट गेम जोन में एक लापरवाही नेले ली 28 लोगों की जान?| Aaj Tak