আজি ঘিলামৰা থানাত ঘিলামৰা ব্লক যুৱ কংগ্ৰেছে  বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰে।কেইদিনমান আগতে গুৱাহাটীত আয়োজিত বিজেপিৰ এক ৰেলি কায্যসূচীত অংশগ্ৰহণ কৰি আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক লৈ এক অশুভনীয় মন্তব্যৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ কাৰ্যকৰিসভাপতি দেৱজিৎ হাজৰিকাৰ সহ ব্লকযুৱ  কংগ্ৰেছৰ এটা দলে আঙুৰলতা ডেকা বিৰুদ্ধে ঘিলামৰাথানাত এজেহাৰ দাখিল কৰে।।