শিৱসাগৰত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ ৷

জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত ২ জন যুৱকৰ পৰা জব্দ কৰে ১১.৪৫ পৰিমানৰ ব্ৰাউন চুগাৰ খিনি |

গাড়ীত লৈ অনা অৱস্থাত জব্দ কৰে ব্ৰাউন চুগাৰ খিনি | যুৱক দুজন গণকপট্টীৰ বিতু ঠাকুৰ আৰু হাবিৰাম বড়া পথৰ অনুৰাগ বৰগোঁহাই | গাড়ীখন নাম্বাৰ AS 04 Q 9443