সাৱধান! বজাৰত ওলাইছে বিষাক্ত পাচলি। কিয়নো এখন ফটোয়ে ভৱাই তুলিছে সকলোকে। এটা ফুলকবিয়ে তুলি ধৰিছে বিষাক্ত ছবি। নিশাটোৰ ভিতৰতে লৈছে ভয়ংকৰ ৰূপ। গতিকে পাচলি ক্ৰয় কৰোতে সাৱধান।