আজি বৃহস্পতিবাৰে নিশা কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মালিবাৰীত অপ্ৰাকৃতিস্থ অৱস্থাত ৰাজপথৰ মাজতে তাণ্ডৱ সৃষ্টি কৰা এগৰাকী ড্ৰাগছ আসক্ত যুৱকক ৰাইজে কৰায়ত্ত কৰে ৷ পিছত সোধপোছ কৰি যুৱকজন মৰানদীপাৰৰ জিয়াউৰ ৰহমান বুলি জানিব পাৰে ৷ যিকোনো মুহূৰ্ততে যুৱকজন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকাত ৰাইজে যুৱকজনক স্বগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કચરાના ઢગલાથી રોગચાળો વકરવાની ભીતિ....!
કચરાના ઢગલાથી રોગચાળો વકરવાની ભીતિ....!
বাৰাংহাটীৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য্য: ঠিকনা বিহীন বৃদ্ধক শুশ্ৰূষাৰ অন্তত আৰক্ষীৰ সহযোগত অনাথ আশ্ৰমলৈ প্ৰেৰণ
ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী শ্ৰীশ্ৰী মাধৱ মন্দিৰৰ ওচৰত আজিৰ পৰা দুইদিনমান আগতে...
एकदम नया डिजाइन, कैमरा भी मिलेगा तगड़ा; iPhone 17 में बहुत कुछ होगा खास
iPhone 17 रेंडर इमेज से पता चलता है कि इसमें कैमरा सेंसर के लिए ऊपर की ओर पिक्सेल जैसी हॉरिजॉन्टल...
बाप ने कर दी बेटे की हत्या, बेटी के पति और बच्चों के साथ दिया वारदात को अंजाम! MP News Sheopur
बाप ने कर दी बेटे की हत्या, बेटी के पति और बच्चों के साथ दिया वारदात को अंजाम! MP News Sheopur