পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন৷৷মৃৎশিল্পী সকলে ৰাইজৰ পদুলি পোহৰাৱলৈ মাটিৰ চাকি বনোৱাত ব্যস্ত৷শিশুৰ পৰা বৃদ্ধালৈকে সকলো মৃৎশিল্পী ব্যস্ত মাটিৰ চাকি বনোৱাত৷কিন্তু দুৰ্ভাগ্যজনক কথা যে এই সকল মাটিৰ শিল্পীয়ে আনৰ পদুলি পোহৰ কৰি নিজে এন্ধাৰত থকাৰ নিচিনা অৱস্থা৷চৰকাৰৰ সুদৃষ্টি এইসকল মৃৎশিল্পৰ লগত জৰিত সকলৰ ক্ষেত্ৰত নপৰে৷তাকে ক্ষোভ উজাৰিছে কামৰূপ জিলাৰ হাজো সমষ্টিৰ পূৰ্ণখুমদুম হীৰাপাৰাৰ এগৰাকী আশিৰ উৰ্ধৰ বৃদ্ধা আইতাই৷৷আইতাই ক্ষোভ উজাৰি কৈছে মাটিৰ পাত্ৰ নবনালে লঘোণে মৰিব লাগিব৷আমাক চৰকাৰে একো সহায় কৰা নাই৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાવ વિધાનસભા બેઠક પર અપક્ષ ઉમેદવાર અમીરામ આશાલ ને મળ્યું જન સમર્થન
વાવ વિધાનસભા બેઠક પર અપક્ષ ઉમેદવાર અમીરામ આશાલ ને મળ્યું જન સમર્થન ....
ગુજરાત વિધાનસભાની...
Congress नेता Shakti Singh Goyal का बयान, कहा 'PM Modi अपनी जाति के नाम पर देश को गुमराह कर रहे हैं'
Congress नेता Shakti Singh Goyal का बयान, कहा 'PM Modi अपनी जाति के नाम पर देश को गुमराह कर रहे हैं'
Dinosaur fossils: करोड़ों साल पुराने डायनासोर के अवशेष में क्या मिला? (BBC Hindi)
Dinosaur fossils: करोड़ों साल पुराने डायनासोर के अवशेष में क्या मिला? (BBC Hindi)
বানপানীৰ মাজতে নলবাৰীৰ বৰভাগত অঘটন,বিদ্যুত পৃষ্ট হৈ যুৱকৰ মৃত্যু
বানপানীৰ মাজতে নলবাৰী জিলাৰ বৰভাগৰ বৰশিমলুৱাত এজন যুৱক বিদ্যুত পৃষ্ট হৈ মৃত্যু হোৱাত অঞ্চলজুৰি...