সোণাৰিৰ নামতোলাত উত্তপ্ত পৰিস্থিতি। ছাত্ৰ নেতাক আক্ৰমণৰ প্ৰতিবাদত নামতোলা আৰক্ষী থানা ঘেৰাও। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ আক্ৰমণকাৰীৰ বিৰুদ্ধে। অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আটছাৰ নেতা মনু পাটনায়কক আক্ৰমণ কৰা সংগীতা গোৱালাক ওচতনি দিয়া সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। ইফালে আজি দিনৰ ভাগতে আটছা নামতোলা আৰক্ষী থানাৰ সমীপতে আটছা নামতোলা উপ শাখাৰ কাৰ্যালয় নিৰ্মাণৰ ছাত্ৰ নেতা গৰাকীক আক্ৰমণ কৰে যদিও এই কাৰ্যত জড়িত সকলক আৰক্ষীয়ে আটক নকৰাত নামতোলা থানা ঘেৰাও কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে। ইফালে আটছাৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব লগীয়া হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सार्वजनिक गणेश मंडळांची थेट उच्च न्यायालयात धाव Pune Ganesh Mandal in Supreme court
सार्वजनिक गणेश मंडळांची थेट उच्च न्यायालयात धाव Pune Ganesh Mandal in Supreme court
Subrata Roy death : सहारा समूह के प्रमुख सुब्रत रॉय का दिल का दौरा पड़ने से निधन | ABP Live
Subrata Roy death : सहारा समूह के प्रमुख सुब्रत रॉय का दिल का दौरा पड़ने से निधन | ABP Live
સીપુ વસાયતમાં રોડ પર મોટો ખાડો પડી જતા ....
સીપુ વસાયતમાં રોડ પર મોટો ખાડો પડી જતા ....
Vaibhav Sanghavi’s Stock Picks: बाजार के इस Level पर Risk Reward Ratio कैसा है? | Budget Unwinding
Vaibhav Sanghavi’s Stock Picks: बाजार के इस Level पर Risk Reward Ratio कैसा है? | Budget...
ભરૂચમાંથી પસાર થતા હાઇવે સહિતના વિસ્તારોમાં ધમધતા સર્વિસ સ્ટેશનોને જીપીસીબીની પરવાનગી છે ખરી?
ભરૂચમાંથી પસાર થતા હાઇવે સહિતના વિસ્તારોમાં ધમધતા સર્વિસ સ્ટેશનોને જીપીસીબીની પરવાનગી છે ખરી?