গোলাঘাটৰ শাওতলী চাহ বাগিচাৰ লক্ষীৰাম কুৰ্মীৰ নাম অন্তৰ্ভুক্ত হল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে শাওতলী চাহ বাগিচাৰ লক্ষীৰাম কুৰ্মীয়ে। অতিমাৰি কভিডৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়ায় আৱশ্যকীয় সামগ্ৰী যোগান ধৰা লগতে কণ কন ছাত্ৰ ছাত্ৰী সকলক বিনামূলিয়া পাঠদান আৰু বিস্কুট আদি প্ৰদান কৰি মহৎ প্ৰচেষ্টাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে লক্ষিৰাম কুৰ্মিয়ে।লক্ষিৰামৰ এই উপলব্ধিৰ বাবে স্থানীয় ৰাইজে গৌৰৱ অনুভৱ