সোণাৰিত বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰা চাৰিখন বাহন জব্দ কৰিলে আৰক্ষীয়ে। সোণাৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে AS 25 CC 6563, AS25 EC 4193, AS33 C 0861 আৰু AS04 BC 6609 নম্বৰৰ বাহন কেইখন। জানিব পৰা মতে বহিৰাজ্যৰপৰা অহা গাহৰিসমূহ বাক্সা জিলাৰ কোনো এক স্থানত মজুত কৰাৰ পাছত চৰাইদেউ জিলাৰ লংপতীয়ালৈ অনা হৈছিল। লংপতীয়াৰ পৰা চুবুৰীয়া ৰাজ্য নগালেণ্ডত যোগান ধৰাৰ উদ্দেশ্যে অনা হৈছিল গাহৰি সমূহ। সোণাৰি আৰক্ষীয়ে জব্দ কৰা গাহৰি সৰবৰাহত জব্দ কৰা বাহন কেইখন পৰৱৰ্তী সময়ত জৰিমনা বিহি মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માળી સમાજ શૈક્ષણિક વિકાસ મંડળ દ્વારા તેજસ્વી તારલાઓનું સન્માન સમારોહ યોજાયો
માળી સમાજ શૈક્ષણિક વિકાસ મંડળ દ્વારા તેજસ્વી તારલાઓનું સન્માન સમારોહ યોજાયો
Dr.Aman War public rally in North Shillong
The mood is setting up for Elections in Meghalaya and keeping to the mood, a public rally was...