খড়গপুৰ IITত ৰহস্যজনকভাৱে মৃত্যু হোৱা ফাইজান আহমেদৰ আত্মাৰ শান্তি কামনাৰে তিনিচুকীয়াত তিনিচুকীয়া জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ বন্তি প্ৰজ্বলন কাৰ্য্যসূচী
খড়গপুৰ IITত ৰহস্যজনকভাৱে মৃত্যু হোৱা মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ আত্মাৰ শান্তি কামনাৰে তিনিচুকীয়াত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী
