সোণাৰিৰ কাষৰীয়া ৰজাবাৰীত টিয়ক নদীৰ ভয়ংকৰ গৰাখহনীয়া।কাষৰীয়া গাৱঁলৈ ভাবুকি কঢ়িয়াই আনিছে টিয়ক নদীৰ ভয়ংকৰ গৰাখহনীয়াই।এই ক্ষেত্ৰত স্হানীয় জনসাধাৰণে বিভাগীয় কতৃপক্ষক গৰাখহনীয়া ৰোধ কৰাৰ অৰ্থে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে শংকিত গঞাই।বিভাগীয় কতৃপক্ষই বাঁহৰ পাৰ্কুপাইনৰ লগতে বালিৰ বস্তা দি গৰাখহনীয়া ৰোধ কৰিবলৈ বিচাৰিছিল যদিও টিয়ক নদীৰ কোবাল সোতে সকলো উটোৱাই লৈ যোৱাত ৰাইজ শংকিত হৈ অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰাৰ স্বাৰ্থত বিজ্ঞান সন্মত আচনি হাতত লবলৈ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*જુનાગઢ જીલ્લા ના સાંસદ રાજેશ ચુડાસમા અને તેમના પિતા ઉપર આખરે ફરિયાદ નોંધાણી*
*ડોકટર અતુલ ચગ નાં પરિવાર આખરે ન્યાય મળ્યો*
ગીર સોમનાથ જિલ્લાના વેરાવળના જાણીતા ડૉક્ટર અતુલ ચગ આત્મહત્યા કેસમાં સૌથી મોટા સમચાર સામે આવ્યા...
Haseena Parkar: पति की मौत के बाद रखा जुर्म की दुनिया में कदम, 'भाई’ के नाम पर चलता था हसीना ’आपा’ का सिक्का
नई दिल्ली, मुंबई...मायानगरी मुंबई, जहां सपने देखे जाते हैं, और उन सपनों को पूरा करने के लिए...
लातूर | उदगीरचे सामान्य रुग्णालय आहे की नुसते सल्ला केंद्र
लातूर | उदगीरचे सामान्य रुग्णालय आहे की नुसते सल्ला केंद्र