সোণাৰিৰ কাষৰীয়া ৰজাবাৰীত টিয়ক নদীৰ ভয়ংকৰ গৰাখহনীয়া।কাষৰীয়া গাৱঁলৈ ভাবুকি কঢ়িয়াই আনিছে টিয়ক নদীৰ ভয়ংকৰ গৰাখহনীয়াই।এই ক্ষেত্ৰত স্হানীয় জনসাধাৰণে বিভাগীয় কতৃপক্ষক গৰাখহনীয়া ৰোধ কৰাৰ অৰ্থে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে শংকিত গঞাই।বিভাগীয় কতৃপক্ষই বাঁহৰ পাৰ্কুপাইনৰ লগতে বালিৰ বস্তা দি গৰাখহনীয়া ৰোধ কৰিবলৈ বিচাৰিছিল যদিও টিয়ক নদীৰ কোবাল সোতে সকলো উটোৱাই লৈ যোৱাত ৰাইজ শংকিত হৈ অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰাৰ স্বাৰ্থত বিজ্ঞান সন্মত আচনি হাতত লবলৈ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पति और उसकी फैमिली ने दी जान से मारने की धमकी.
पति और उसकी फैमिली ने दी जान से मारने की धमकी.
अर्जुन तेंदुलकर ने IPL में अपने पिता Sachin Tendulkar का तोड़ा रिकॉर्ड, SRH के खिलाफ कर डाला यह शानदार कारनामा
नई दिल्ली, स्पोर्ट्स डेस्क। आईपीएल 2023 के 25वें मुकाबले में मुंबई इंडियंस ने सनराइजर्स...
વડોદરા શહેરના તરસાલી તળવામાંથી અજાણ્યા શખ્સનો મૃતદેહ મળી આવ્યો
વડોદરા શહેરના તરસાલી તળવામાંથી અજાણ્યા શખ્સનો મૃતદેહ મળી આવ્યો
अतिवृष्टि से खराब हुई फसलों के मुआवजे के लिए सोपा ज्ञापन
किसान महापंचायत द्वारा फसल खराबा को लेकर राष्ट्रीय अध्यक्ष रामपाल जाट की अध्यक्षता में एसडीएम...
JETPUR ચૂંટણીને અનુલક્ષીને ધોરાજીમાં સી.આર.પી.એફ. જવાનોની ફલેગમાર્ચ યોજાઈ 04-11-2022
JETPUR ચૂંટણીને અનુલક્ષીને ધોરાજીમાં સી.આર.પી.એફ. જવાનોની ફલેગમાર્ચ યોજાઈ 04-11-2022