মোৰ বিয়াক লৈ অপপ্ৰচাৰ চলিছে। বিয়ালৈ নিমন্ত্ৰণ কিয় নিদিলোঁ বুলি বহুতে মোক ফোন কৰিছে। সেইবিলাক লৈ চিন্তা কৰিব নালাগে। মাৰ্চত বিয়া, গোটেই অসমবাসীক নিমন্ত্ৰণ দিম।'

 বিয়াৰ সন্দৰ্ভত সুকুৰ আলিৰ মন্তব্য