ৰাজ্যৰ শিক্ষা-সাংস্কৃতিক অনুষ্ঠান অসম জ্ঞান-ৰত্ন সমন্বয় গোষ্ঠীৰ উদ্যোগত ১৬ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত অমল প্ৰভা ভৱনৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ভিন্ন ক্ষেত্ৰৰ বিশেষ প্ৰভাৱশালী ব্যক্তিসকলক অসম জ্ঞান-ৰত্ন বঁটাৰে বিভূষিত কৰা হয় ৷ অসম জ্ঞান-ৰত্ন বঁটা - ২০২২ 'কৃষক সৌৰভ’ বঁটা লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ উদ্যমী কৃষক মুক্তাৰ আলীয়ে ৷ বঁটাত এখন অভিনন্দন পত্ৰ এক স্মাৰকেৰে সন্মানিত কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
Breaking News: Lucknow Ekana Stadium में तूफान से तबाही | Sri Lanka vs Australia | Aaj Tak News
Breaking News: Lucknow Ekana Stadium में तूफान से तबाही | Sri Lanka vs Australia | Aaj Tak News
DON BOSCO COLLAGE SPORTS DAY CELEBRATION
DON BOSCO COLLAGE SPORTS DAY CELEBRATION
જુઓ ન્યુઝ પેપરની ઇલેક્શન અપડેટ 2022 | Spark Today News Vadodara
જુઓ ન્યુઝ પેપરની ઇલેક્શન અપડેટ 2022 | Spark Today News Vadodara