ৰাজ্যৰ শিক্ষা-সাংস্কৃতিক অনুষ্ঠান অসম জ্ঞান-ৰত্ন সমন্বয় গোষ্ঠীৰ উদ্যোগত ১৬ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত অমল প্ৰভা ভৱনৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ভিন্ন ক্ষেত্ৰৰ বিশেষ প্ৰভাৱশালী ব্যক্তিসকলক অসম জ্ঞান-ৰত্ন বঁটাৰে বিভূষিত কৰা হয় ৷ অসম জ্ঞান-ৰত্ন বঁটা - ২০২২ 'শিপ্ল সাধনা' বঁটা লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ উদ্যমী মহিলা বিজয়া হাজৰিকা তামুলীয়ে ৷ বঁটাত এখন অভিনন্দন পত্ৰ এক স্মাৰকেৰে সন্মানিত কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર: 3 યુવતીઓના કેદારનાથમાં Helicopter crash દુર્ઘટનામાં મોત
ભાવનગરની ત્રણ યુવતીઓના કેદારનાથમાં હેલિકોપ્ટર ક્રેશ દુર્ઘટનામાં મોત
ભાવનગર તા.18 કેદારનાથમાં...
જુનાગઢ નેચર ફર્સ્ટ ગ્રુપ ઘરે ઘરે જઈ ગરબા મેળવી ૧૧૧૧ ચકલીના માળા તૈયાર કરશે
જુનાગઢ નેચર ફર્સ્ટ ગ્રુપ ઘરે ઘરે જઈ ગરબા મેળવી ૧૧૧૧ ચકલીના માળા તૈયાર કરશે