৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত মনোনয়ন পত্ৰ দিয়াৰ পূৰ্ৱে দেওশালত সেৱা ল’লে বিজেপি দলৰ প্ৰাৰ্থীসকলে ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টি কেইটাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ক্ৰমে ১৫ নং বৰদেউৰী সমষ্টিৰ প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰী , ১৭ নং কাচিকটা সমষ্টিৰ প্ৰাৰ্থী উত্তম দেউৰী , ১৮ নং পিচলা সমষ্টিৰ প্ৰাৰ্থী জুৰীমনী দেউৰী আৰু ১৯ নং কিনাপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীক লগত লৈ বিধায়ক অমিয় কুমাৰ ভূঞাই বৰদেউৰী গাঁৱৰ দক্ষিণ চুবাৰ দেওশালত ধূপ নৈবেদ্য আগবঢ়াই বিজয়ী হোৱাৰ বাবে ল’লে সমুহীয়া সেৱা ৷ দেওশালত দেউৰীসকলৰ ইষ্ট দেৱতা কুন্দিমামাৰ চৰণত সেৱা লৈ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত বুলি দাবী কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डोनाल्ड ट्रंप पर चली गोली कैमरे में कैद, 1 सेकंड में 30 फ्रेम की क्षमता, FBI के रिटायर्ड एजेंट...
अमेरिका के पूर्व राष्ट्रपति डोनाल्ड ट्रंप पर हत्या के प्रयास के तहत हमला किया गया....
એડવોકેટ પ્રોટેક્શન એક્ટ બીલ માટે આવેદનપત્ર આપી રજૂઆત કરાઈ..
આજરોજ જિલ્લા કલેકટરશ્રી ને અને જિલ્લા પોલીસ અધિક્ષકશ્રીને બનાસકાંઠા જિલ્લા ના એડવોકેટ શ્રી...
વાપી: વાપીમાં ઢોરોથી લોકો પરેશાન
વાપી: વાપીમાં ઢોરોથી લોકો પરેશાન
नयी उमंग नयी पहल फाउंडेशन द्वारा रा.उ.मा.वि. भदाना में बाल दिवस मनाया गया
नयी उमंग नयी पहल फाउंडेशन द्वारा लगातार समय समय पर सेवाकार्य किए जाते रहते है, इसी क्रम में आज 14...