শিৱসাগৰত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মহাবিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত হ'ল TUG OF WAR তথা ৰছী টনা প্ৰতিযোগিতা। শিৱসাগৰ জিলা টাগ অফ ৱাৰ এছচিয়েচনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত জিলা ভিত্তিত অনুষ্ঠিত হয় আন্তঃমহাবিদ্যালয় ৰছী টনা প্ৰতিযোগিতা। প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ৰজা মহাৰজা দিনৰ পৰাই ৰছী টনা খেল খেলা বুলি আমি জানো। এতিয়া আনুষ্ঠানিকভাৱে এই ৰছী টনা খেল অনুষ্ঠিত কৰাটো ভাল খবৰ। - প্ৰতিযোগিতাখন উদ্বোধন কৰি এই মন্তব্য কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত শিৱসাগৰ জিলাৰ ১৫ মহাবিদ্যালয়ৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লক্ষ্যণীয় যে ৰছী টনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা যায় ব্যাপক উছাহ।শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আন্ত:মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত Tug Of War প্ৰতিযোগিতা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Slug-- Assam Development Initiative(ADI)Date- 30/11/22দেৰগাঁঁৱত অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ ( এ
Slug-- Assam Development Initiative(ADI)Date- 30/11/22দেৰগাঁঁৱত অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ ( এ
नेता प्रतिपक्ष की गरिमा के विपरीत व्यवहार करते हैं राहुल गांधीः अश्विनी वैष्णव
केंद्रीय सूचना एवं प्रसारण मंत्री अश्विनी वैष्णव ने नेता प्रतिपक्ष राहुल गांधी पर संसदीय नियमों...
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
યુપીની 2500 સરકારી શાળાઓમાં અદ્યતન સ્માર્ટ ક્લાસ શરૂ થશે ; ખાનગી શાળાઓને મારશે ટક્કર
ઉત્તર પ્રદેશની તમામ સરકારી માધ્યમિક શાળાઓને વાઈફાઈ સુવિધાથી સજ્જ કર્યા બાદ અહીં સ્માર્ટ ક્લાસ શરૂ...