সোণাৰিত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। আজি সোণাৰি আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সহ পুনৰ আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। সোণাৰি বৰুৱা আলিত আৰক্ষীয়ে আটক কৰিলে অমৃত থাপা নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক। সোণাৰিত ভাড়াঘৰত থকা সময়তে বিভিন্ন জনক ড্ৰাগছৰ যোগান ধৰি আহিছিল মাহমৰা টিমনৰ বাসিন্দা অমৃত থাপাই। সৰবৰাহকাৰী জুনৰপৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ AS 04 W 3557 নম্বৰৰ এখন বাইক জব্দ কৰিছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડોળિયા-સાયલા હાઈવે પર જ્વલનશીલ કેમિકલ ભરેલુ ટેન્કર પલ્ટી ખાઇ જતાં ટેન્કરમાંથી કેમિકલ લીક થતાં અફરાતફરીનો માહોલ સર્જાયો
ચોટીલા હાઇવે ઉપર ડોળિયા-સાયલા હાઈવે પર ડોળિયા નજીક જ્વલનશીલ કેમિકલ ભરેલુ ટેન્કર પલ્ટી ખાઇ જતાં...
વડોદરા શહેર PCB શાખાએ 2.69 લાખનો વિદેશી શરાબ નો જથ્થો ઝડપી પાડયો ક્યાં ? જુવો 👇👉
વડોદરા શહેર PCB શાખાએ 2.69 લાખનો વિદેશી શરાબ નો જથ્થો ઝડપી પાડયો ક્યાં ? જુવો 👇👉
জাগুনতো মহালয়া দিনাৰ পুৱা ৰাজপথত দেখা গল ভক্তগণক ।। Mohaloya || Bibidh News
জাগুনতো মহালয়া দিনাৰ পুৱা ৰাজপথত দেখা গল ভক্তগণক ।। Mohaloya || Bibidh News
Healthy Dates And Nuts Milkshake #shorts #asmr
Healthy Dates And Nuts Milkshake #shorts #asmr