হোজাইৰ ঠেপলাগুৰিৰ এটা পথৰ বাবে জীয়াতু ভুগিছে গাঁওবাসী । পথ নে পথাৰ ধৰিবকৈ নোৱাৰি। পথ নহয় যেন আহাৰমহীয়া ধাৱনি পথাৰ হে । এই বোকাময় পথেৰে নিতৌ যাতায়ত কৰিব লগীয়া হৈছে বিদ্যালয়ৰ কন কণ ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীয়ে । চৰকাৰ তথা হোজাই বিধায়কৰ ওচৰত ৰাইজৰ আহ্বান অতি সোনকালে এই পথচোৱা মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি দিবলৈ। এই বোকাময় পথচোৱাৰ বাবে পথচাৰীয়ে বহুত অসুবিধাত ভুগিব লগীয়া হৈছে। প্ৰতিটো খুজেই হৈ পৰিছে কণ্টকময়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sridevi की मौत के 5 साल बाद पति Boney Kapoor ने क्या राज खोल दिए?
Sridevi की मौत के 5 साल बाद पति Boney Kapoor ने क्या राज खोल दिए?
স্বদেশ এৰিছে হাজাৰ বিজাৰ ৰুছ নাগৰিকে
ৰাছিয়া-এষ্টনিয়া সীমান্তৰ প্স্কভৰ পৰা মনোজ কুমাৰ গোস্বামী
মস্কোত নামিয়েই দেখিলো প্ৰচণ্ড ভিৰ৷ বিমানবন্দৰত অসংখ্য যাত্ৰী৷ দৌৰা-ঢপৰাৰ শেষ নাই৷ অলপ অবাকো...
જવાહર નવોદય વિદ્યાલય વેજલપુર ખાતે વિશ્વ માનસિક સ્વાસ્થ્ય દિવસની ઉજવણી કરાઈ
જનરલ હોસ્પિટલ ગોધરાના માનસિક રોગ વિભાગ તથા જનરલ નર્સિંગ સ્કૂલ ગોધરાના સંયુકત ઉપક્રમે જવાહર...
देवमुखी वागरी समाज ने निकाली कानूडा शोभायात्रा
देवमुखी वागरी समाज ने निकाली कानूडा शोभायात्रा
आबराूड। श्री कृष्ण भगवान के जन्मोत्सव पर देवमुखी...
Nuh Violence के बाद Gurugram में महापंचायत, सुरक्षा के कड़े इंतजाम, RAF की भी तैनाती| Aaj Tak News
Nuh Violence के बाद Gurugram में महापंचायत, सुरक्षा के कड़े इंतजाम, RAF की भी तैनाती| Aaj Tak News