ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ উদ্যোগত, মাহমৰা মণ্ডল কৃষক মৰ্চা, নিজখালৈঘুগুৰা আৰু ডবা পঞ্চায়তৰ কৃষক মৰ্চাৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাইচেঙত অৱস্থিত খাৰঘৰীয়া ডবা মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত এশ এগচি বন্তি প্ৰজ্বলন কৰি কাতি বিহু উদযাপন কৰা হয় ৷ বিজেপিৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতি দেৱজিত চাউৰকে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা, উপ সভাপতি ৰ'জ কমল মহন, মাহমৰা গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেণ গগৈকে ধৰি বহুসংখ্যক দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি মন্ত্ৰী যোগেন মহনে ৰাইজক বিহুৰ ওলগ জনোৱাৰ লগতে ৰাইজৰ লগত আকাশ বন্তি প্ৰজ্বলন কৰি সকলোকে কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऐसे प्रतिभाशाली छिपे हुए इंजीनियर देशभर में है।
महाराष्ट्र के सतारा जिले के मूर्तिकार ने बनाई गणेश जी की मूर्ति। इसके पैर छूते ही मूर्ति खड़ी हो...
કાર્તિક આર્યનથી લઈને સુશાંત સુધી, શુભમન પહેલા આ સેલેબ્સ સાથે જોડાઈ ચૂક્યું છે સારાનું નામ
ભારતીય ક્રિકેટ ટીમના ઓપનર શુભમન ગિલનો એક વીડિયો સોશિયલ મીડિયા પર વાયરલ થઈ રહ્યો છે જેમાં તે...
ડીસા શહેરમાં આમ આદમી પાર્ટી દ્વારા નવા વર્ષ નિમિત્તે અનોખી રીતે ઉજવણી કરવામાં આવી હતી
ડીસા શહેરમાં આમ આદમી પાર્ટી દ્વારા નવા વર્ષ નિમિત્તે અનોખી રીતે ઉજવણી કરવામાં આવી હતી
ISRO Gaganyaan Mission: गगनयान मिशन का सफल परीक्षण के बाद बोले ISRO प्रमुख S. Somanath| Aaj Tak News
ISRO Gaganyaan Mission: गगनयान मिशन का सफल परीक्षण के बाद बोले ISRO प्रमुख S. Somanath| Aaj Tak News
રાધનપુર-ભિલોટ ત્રણ રસ્તા પાસે બની એક્સીડન્ટની ઘટના યુવક નું મોત | SatyaNirbhay News Channel
રાધનપુર-ભિલોટ ત્રણ રસ્તા પાસે બની એક્સીડન્ટની ઘટના | SatyaNirbhay News Channel