চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত আজি সোণাৰিৰ চফ্ৰাইত অনুষ্ঠিত কৰা কাতি বিহু আৰু সজাগতা সভাত বহু কেইগৰাকী কৃষক হিতাধিকাৰীৰ মাজত কৃষি সজুঁলি বিতৰণ কৰা হয়। অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈ, চৰাইদেউ জিলা কৃষি বিষয়া ৰবীন য়েইনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰা হয় সাহায্য সামগ্ৰী সমূহ। চফ্ৰাই মোহনগাওঁ সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কাতি বিহুৰ অনুষ্ঠানৰ মাজতে সামগ্ৰী বিতৰণ কৰা পাছত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আগবঢ়ালে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ग्राम मड़ैयन पायक में चल रही 11 दिन की श्री श्री 1008 अखंड राम नाम संकीर्तन!!
ग्राम मड़ैयन पायक में चल रही 11 दिन की श्री श्री 1008 अखंड राम नाम संकीर्तन!!
গোলাঘাট এমেচাৰ চচাইটিৰ হলৰ প্ৰেক্ষাগৃহত বি জে পি গোলাঘাট জিলা সমিতিৰ উদ্যোগত
গোলাঘাট এমেচাৰ চচাইটিৰ হলৰ প্ৰেক্ষাগৃহত বি জে পি গোলাঘাট জিলা সমিতিৰ উদ্যোগত প্ৰবুদ্ধ ব্যক্তি...