ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় খন জিলা কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভাখন। চৰাইদেউ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি বিজয় ভুমিজৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, উপ-সভাপতি ৰজকমল মহন, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, APGCL ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, ৰাজ্যিক প্ৰভাৰী শ্যামল ভুমিজ, অভয়পুৰ জিলা পৰিষদৰ সদস্য ৰাজ নায়ক, জিলা প্ৰভাৰী গোপীনাথ ৰায় , সাধাৰণ সম্পাদক শুভন কুমাৰ, উমাকান্ত তাছা,মণ্ডল সমিতি সমূহৰ সভাপতি, সম্পাদক সকলৰ লগতে ডেৰ শতাধিক দলীয় চাহ জনগোষ্ঠী মৰ্চাৰ বিষয় ববীয়াসকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा एसपी प्रेस कॉन्फ्रेंस लाइव, कोटा सिटी एसपी ने किया बड़ा खुलासा
कोटा एसपी प्रेस कॉन्फ्रेंस लाइव, कोटा सिटी एसपी ने किया बड़ा खुलासा
ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া বহী বিতৰণ
মৰিগাঁও জিলাৰ ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র ছাত্ৰীৰ মাজত বিনামূলীয়া বহী...
Sharad Pawar यांनी सांगितलं Ajit Pawar NCP च्या सभेतून निघून गेले ते प्रकरण काय होतं| Supriya Sule
Sharad Pawar यांनी सांगितलं Ajit Pawar NCP च्या सभेतून निघून गेले ते प्रकरण काय होतं| Supriya Sule
आजीचा खून करून मृतदेहाचे केले 9 तुकडे....पुण्यातील खळबळजनक घटना
आजीचा खून करून मृतदेहाचे केले 9 तुकडे....पुण्यातील खळबळजनक घटना