কেঁচা চাহপাতৰ অভাৱনীয় মূল্য হ্ৰাস পোৱাত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক।ক্ৰমহ্ৰাসমান মূল্যৰ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে চাহ ব'ৰ্ডক নিৰ্দেশনা চৰাইদেউ জিলা উপায়ুক্তৰ।ক্ষুদ্ৰ চাহ খেতিয়ক সকলক মাধমাৰ সোধাই চৰাইদেউ জিলাৰ বট-লিফ ফেক্টৰীৰ মালিকসমূহে অভাৱনীয় হাৰত কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰাত ক্ষোভ প্ৰকাশ হৈছে চাহ খেতিয়ক সকলৰ মাজত। পুঁজিপতি বনিকগোষ্ঠীয়ে অধিক মুনাফা লাভৰ উদ্দেশ্যে নিৰ্ধাৰিত মূল্যৰ সলনি কেঁচা পাতৰ মূল্য হ্ৰাস কৰাত এতিয়া সংকটৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। উল্লেখ্য যে ৪০ শতাংশ গুণৰ বাবে প্ৰতিকেজি চাহপাতৰ মূল্য ২৭ টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও জিলাখনৰ অধিকাংশ ফেক্টৰীৰ মালিকে এই নিৰ্দেশনা মানি চলা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত চাহ খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা খেতিয়কসকলে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। ইফালে সোমবাৰে চৰাইদেউ জিলা উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা কেঁচা চাহপাতৰ মূল্য নিৰীক্ষণ সমিতিৰ বৈঠকৰ পাছত সমগ্ৰ বিষয়টো সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ চাহ ব'ৰ্ডক নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંકલન સમિતિની બેઠક યોજાઈ
હિંમતનગર ખાતે કલેક્ટરશ્રી નૈમેષ દવેની અધ્યક્ષતામાં સંકલન સમીતિની બેઠક યોજાઇ
...
નીતિશ, તેજસ્વી કે બીજેપી? રાજકારણ કઈ બાજુ બેસશે? જાણો કોનું છે પલડું ભારી
2024ની લોકસભા ચૂંટણીના બે વર્ષ પહેલા બિહારમાં ફરી એકવાર સત્તા પરિવર્તન જોવા મળ્યું છે. બિહાર વિશે...
राजस्थान पेंशनर मंच के प्रदेश महामंत्री महावीर शर्मा बने, राजस्थान राज्य के पेंशनरों में खुशी की लहर।
राजस्थान पेंशनर मंच ,बूंदी के मुख्य संरक्षक पुरुषोत्तम पारीक ने बताया की राजस्थान पेंशनर मंच के...
@चौथ माता के दर्शन को जाने वाले यात्रियों के लिए लगा भंडारा.
उनियारा. उपखण्ड के रामपुरा कस्बे मे तिल चौथ पर चौथ माता मेले मे जाने वाले श्रद्धांलुओ के...
'रतन टाटा आज जीवित होते तो बहुत खुश होते', C-295 एयरक्राफ्ट कॉम्प्लेक्स के उद्घाटन पर बोले PM मोदी
प्रधानमंत्री नरेंद्र मोदी और स्पेन के राष्ट्रपति पेड्रो सांचेज ने वडोदरा में रोड शो किया। इसके...