দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শণি আৰু দেওবাৰে চিলাপথাৰৰ দঃঞিঃ পঃলঃ কালচাৰেল কমপ্লেক্সেত চিলাপথাৰ টাউন সমিতিৰ উদ্যোগত আৰু TMPK -ৰ কলেজ গোটৰ সহযোগত টাকাম মিচিং পৰিণ কৌবাং (TMPK)ৰ ৫১ তম প্ৰতিষ্ঠা দিৱস আৰু ৩৯ তম চিলাপথাৰ কাংকিন কৌবাং অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি শণিবাৰে পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত পতাকা উত্তোলনৰ পাছতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয় । কাংকিন কৌবাং মানে হৈছে চিনাকি পৰ্ব। ছাত্র ছাত্রী সকলক শাৰিৰীক মানসিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই কাংকিন কৌবাং পালন কৰাৰ কথা উল্লেখ কৰে TMPK ৰ চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস কুুুলিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP में नहीं मिला इलाज, मां की गोद में तोड़ा दम| EMS TV 01-Sep-2022
MP में नहीं मिला इलाज, मां की गोद में तोड़ा दम| EMS TV 01-Sep-2022
વડોદરા આર્ટિફિશિયલ ફૂલોની ખરીદી નીકળી 25% ભાવમાં વધારો
વડોદરા આર્ટિફિશિયલ ફૂલોની ખરીદી નીકળી 25% ભાવમાં વધારો
BIEO ৰ টিপুক সমবায় সমিতিত কৰা অভিযান সন্দৰ্ভত বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া।
দালাল চক্ৰক উৎখাত কৰাৰ দাবী বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ।