টিংখাঙত শোকাৱহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ এজন যুৱকৰ মৃত্যু। মৃত যুৱকজন ৰাজগড় আৰক্ষী চকীৰ অধীনস্থ চাৰেং পথাৰ গাঁৱৰ দিৱাকৰ দেউঘৰীয়া( ১৮ ) । ঘৰতে সন্ধিয়া বিদ্যুৎপৃষ্ট হোৱা যুৱক জনক ততাতৈয়াকৈ লেঙেৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  তিনিচুকীয়াত জাতীয় যুৱ শক্তিৰ তিনিচুকীয়া জিলাৰ অধিৱেশন 
 
                      অসমীয়া জাতীয় জীৱনৰ বলিষ্ঠ ৰাজনৈতিক মঞ্চ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন "জাতীয় যুৱ শক্তি"ৰ তিনিচুকীয়া...
                  
   হেলাইগুৰিত আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা 
 
                      মাহৰাৰ হেলাইগুৰিত আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা।মাহমৰাৰ সমষ্টিৰ অন্তৰ্গত...
                  
   पुणे जिल्हा माथाडी मंडळ बरखास्त करा, संदीप कुटे यांच मुख्यमंत्र्यांना निवेदन 
 
                      रांजणगाव गणपती: पुणे जिल्हा बहुसदसीय माथाडी मंडळाकडून रांजणगाव एमआयडीसीतील औद्योगिक पट्ट्यात बरीच...
                  
   
  
 